representative image 
অসম

লিডুৰ টিৰাপৰ পেট্র’ল পাম্পত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু শ্রমিকৰ

Asomiya Pratidin
  • লিডুৰ টিৰাপৰ এটা পেট্র’ল পাম্পত অঘটন।

  • বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন শ্রমিকৰ।

  • মৃত শ্রমিকজন মাৰ্ঘেৰিটাৰ চেগুনবাৰীৰ পাপু বৰুৱা বুলি চিনাক্ত।

  • টিৰাপ কলিয়ৰী ভাৰত পেট্র’ল পাম্পত সংঘটিত এই ঘটনা।

  • এটা কয়লা ডিপ’ত কৰ্মৰত আছিল পাপু বৰুৱাই।

  • ডাম্পাৰৰ পৰা জেচিবিৰে তেলৰ ড্রাম নমাই থাকোতে সংঘটিত এই ঘটনা।