অসম

মেৰাপানী সীমান্তত নগাৰ সন্ত্ৰাস! গুলীয়াই গো-ধন হত্যা কৰি লৈ যোৱাক লৈ উত্তেজনা

Asomiya Pratidin
  • নিবাৰ্চনৰ প্ৰাকমুহূৰ্তত মেৰাপানী সীমান্তত অঘটন।

  • মেৰাপানী সীমান্তৰ দীঘলপানীত তিনি জাঁইকৈ গুলী ফুটাই নগা দুৰ্বৃত্তৰ সন্ত্ৰাস।

  • সোমবাৰে সংঘটিত এই ঘটনা।

  • ৰমেন ৰাভা নামৰ ব্যক্তিজনৰ গোধন গুলীয়াই হত্যা কৰি নগাই কাটি লৈ যোৱাক লৈ উত্তেজনা।

  • অঞ্চলটোৰ নোমল মোছাহাৰী নামৰ ব্যক্তিজনৰ সন্মুখতে তিনি জাঁইকৈ গুলী ফুটাই অসমীয়ালোকক ভাবুকি নগাৰ।

  • ঘটনাস্থলীত উপস্থিত বৰ্তমানেও উপস্থিত হোৱা নাই আৰক্ষী তথা সীমান্তত নিয়োজিত চি আৰ পি এফ।