অসম

মৰাকলং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী পীয়ুষে

Asomiya Pratidin
  • অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান।

  • মৰাকলং প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীয়ে।

  • সকলোকে গণতান্ত্ৰিক কৰ্তব্য পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ অনন্য যাত্ৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।