অসম

কিয় চৰম পন্থা বাছি ল'লে দুই কিশোৰ-কিশোৰীয়ে ?

Asomiya Pratidin
  • জামুগুৰিহাটৰ গেলা হাটিঙা চাহবাগিচাত সংঘটিত চাঞ্চল্যকৰ ঘটনা।

  • বিহপান কৰি মৃত্যু এজন কিশোৰ আৰু এগৰাকী কিশোৰীৰ ৷

  • প্ৰেমজনিত কাৰণতে আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ ৷

  • কিশোৰজনৰ নাম কিৰন চাওৰা বুলি জানিব পৰা গৈছে।

  • ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ তদন্তত আৰম্ভ কৰিছে ৷

  • আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

  • কি কাৰণে দুয়ো এই ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই।