অসম

অঘটন! বাইহাটাত নিৰ্মীয়মান অভাৰব্ৰীজ খঁহি পৰি এজনৰ মৃত্যু...

Asomiya Pratidin
  • বাইহাটা চাৰিআলিত অঘটন

  • নিৰ্মীয়মান উৰণ সেঁতুৰ পৰা পৰি শ্রমিকৰ মৃত্যু

  • কৰ্মৰত অৱস্থাত দলঙৰ পৰা পৰি মৃত্যু শ্রমিকজনৰ

  • এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত শ্রমিকজন

  • ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

  • ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা আৰক্ষীৰ