অসম

মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰিবলৈ প্ৰস্তুত অগপ!

asomiyapratidin
  • মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰিবলৈ প্ৰস্তুত অসম গণ পৰিষদ।
  • অগপৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিস্ফোৰণ।
  • তেওঁৰ মতে, যিকোনো মুৰ্হূততে চৰকাৰৰ পৰা ওলাই আহিব অসম গণ পৰিষদ।
  • 'বিজেপি অসমৰ ৰাইজৰ বিৰুদ্ধে গ'লে অগপই ত্যাগ কৰিব বিজেপিৰ সংগ।'
  • 'চৰকাৰৰ লগত থাকিও আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজপথত নামিছো।'
  • ইফালে শুকুৰবাৰে বিজেপিৰে মিত্ৰতা ৰক্ষা কৰিয়ে বিজেপিৰ লগত থাকি প্ৰতিবাদ কৰাৰ কথা কৈছিল অগপৰ সভাপতি অতুল বৰাই।
  • দুই অগপ নেতাৰ বিপৰীতমুখী মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।