অসম

মৰাণত ৰহস্যজনক অৱস্থাত পুৰুষৰ উলংগ মৃতদেহ উদ্ধাৰ, VIDEO

asomiyapratidin
  • মৰাণ জ্যোতিপুৰত এটা ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত পুৰুষৰ উলংগ মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো দ্বিতীয় শ্ৰেণী ঠিকাদাৰ ৰঞ্জিৎ অধ্যাপক(৫৯)ৰ বুলি চিনাক্ত।
  • কোনে লোকজনক হত্যা কৰিলে জানিব পৰা হোৱা নাই।
  • এইয়া পৰিকল্পিত হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু তাক লৈ ৰহস্য সৃষ্টি হৈছে।
  • মৰাণহাট থানাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।