জাগীৰোডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ... 
মৰিগাঁও

জাগীৰোডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ...

Asomiya Pratidin
  • জাগীৰোডত উদ্ধাৰ হৈছে এটা মৃতদেহ।

  • জাগীৰোডৰ সিন্ধিশৰত উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত পোৱা গৈছে।

  • পথৰ কাষৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

  • মৃত লোকজনক কমলা ৰাভা বুলি চিনাক্ত।

  • তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল কমলা ৰাভা।