মৰিগাঁও

মায়ঙৰ শিলডুবিত অঘটন

Asomiya Pratidin
  • মায়ঙৰ শিলডুবিত অঘটন ।

  • পথৰ ওপৰতে দাউদাউকৈ জ্বলিল এখন খেৰভৰ্তি বাহন।

  • বাহনখনৰ নম্বৰ AS 01LC 8883।

  • খেৰভৰ্তি ডি আই বাহনখন গুৱাহাটী অভিমুখে গৈ আছিল।

  • অৱশেষত খেৰ জ্বলি শেষ হোৱাত জুই নিৰ্বাপন হয়।