মৰিগাঁও

অৱশেষত নিলম্বিত হ'ল লাবুমণি আমচং

Asomiya Pratidin
  • অৱশেষত নিলম্বিত হ'ল ডিজিটেল ক্ৰিয়েটৰ তথা ইউটিউবাৰ লাবুমণি আমচং।

  • অনলাইন জুৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ অভিযোগত নিলম্বন লাবুমণিক।

  • মৰিগাঁও জিলা শিক্ষা বিভাগে নিলম্বিত কৰে লাবুমণি আমচঙক।

  • শিক্ষকতাৰ দৰে বৃত্তিৰে জৰিত হৈ প্ৰচাৰ কৰিছিল অনলাইন জুৱাৰ।

  • সামাজিক মাধ্যমত অনলাইন জুৱাৰ বিজ্ঞাপন দি বিপদত পৰিছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকী।

  • শুকুৰবাৰে তেওঁলৈ জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী।

  • শনিবাৰৰ সন্ধিয়া ৫.০০বজাৰ ভিতৰত দিবলৈ কোৱা হৈছিল এই জাননীৰ উত্তৰ।