মৰিগাঁও

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান।

  • মায়ং, মিকিৰভেটা ,মৈৰাবাৰী, ভূৰাগাঁৱত আৰক্ষীৰ অভিযান।

  • জিলাখনৰ লাহৰীঘাট, বৰচলা থানা এলেকাতো ২৪ ঘণ্টা ধৰি তীব্ৰ অভিযান আৰক্ষীৰ ৷

  • জিলা আৰক্ষীৰ ১০টা বিশেষ দলে অভিযান চলাই বৰ্তমানলৈ ১০ জন চাইবাৰ অপৰাধীক আটক কৰে।

  • বৰ্তমানেও চলি আছে অভিযান।