ROAD ACCIDENT  
মৰিগাঁও

চাৰিচকীয়া বাহনত খুন্দা তীব্রবেগী মটৰ চাইকেলৰ

Asomiya Pratidin
  • মৰিগাঁৱৰ কুমৈত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • চাৰিচকীয়া বাহনত খুন্দা তীব্রবেগী মটৰ চাইকেলৰ।

  • দেওবাৰে দিনৰ ভাগত সংঘটিত পথ দুৰ্ঘটনাটো।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই মটৰ চাইকেল আৰোহী।

  • আহত এজনৰ নাম নিতুল নাথ।

  • আনজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা নাই।

  • সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীলৈ প্রেৰণ।