মৰিগাঁও

মায়ঙৰ বহা সাতকাবৰীত অনাকাঙ্খিত ঘটনা : চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

Asomiya Pratidin
  • মায়ঙৰ বহা সাতকাবৰীত পুৱতি নিশা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ।

  • থিতাতে মৃত্যু ইক্ৰামুল হক (৩৫) নামৰ এজন লোক।

  • দা ৰে ঘপিয়াই হত্যা কৰে ইক্ৰামুলক।

  • গাঁৱৰ এজন লোকে হত্যা কৰা বুলি সন্দেহ।

  • পেচাত ইক্ৰামুল এজন মাছ বেপাৰী।

  • পুৱা ঘৰৰ পৰা মাছ ক্ৰয় কৰিবলৈ ওলাই যোৱাৰ সময়ত এই নৃশংস হত্যাকাণ্ডৰ বলি হয়।

  • ঘটনাস্থলীত সহস্ৰাধিক লোক উপস্থিত ।

  • ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।