মৰিগাঁও

মৰিগাঁও আৰক্ষীৰ অভিযানত নিচাযুক্ত দ্ৰব্য জব্দ : এজনক আটক

Asomiya Pratidin
  • মৰিগাঁও আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী।

  • ধৃত লোকজনৰ নাম হৈছে মৰিমুছলিম গাঁৱৰ ৰহমত আলী।

  • অভিযানত ৰহমতৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২০ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ।

  • ধৃত ৰহমতে বৰিগাঁৱৰ টুটো নামৰ এজন যুৱকৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছখিনি।

  • উল্লেখ্য যে ড্ৰাগছ সৰবৰাহৰ গোচৰত পূৰ্বে জে'ললৈ গৈছিল টুটো।