কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ কেইবাজনো সুৰক্ষা কৰ্মী আহত... 
মৰিগাঁও

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ কেইবাজনো সুৰক্ষা কৰ্মী আহত...

Asomiya Pratidin
  • জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত।

  • কনভয়ত থকা চাৰিখন বাহনৰ দুৰ্ঘটনাত পতিত।

  • ফলত বাহন কেইখনত থকা কেইবাজনো লোক আঘাতপ্ৰাপ্ত।

  • আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ সৈতে নিয়োজিত সুৰক্ষা কৰ্মীও।

  • গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে গৈ আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয়।

  • দুৰ্ঘটনাত পতিত হোৱা বাহন চাৰিখনৰ দুখন ইন'ভা, এখন ছুইফ্ট ডিজায়াৰ আৰু এখন জীপ।

  • ইয়াৰে এখন ইন'ভাৰ নম্বৰ এ এছ০১ ই জে ৮০০৪, জীপখনৰ নম্বৰ এ এছ ০১ বি আৰ ০০৯৪।