মৰিগাঁও

মৰিগাঁৱত চিলিণ্ডাৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত...

Asomiya Pratidin
  • মৰিগাঁও জাগীৰোড সংযোগী পথৰ বাচনাঘাটৰ ফৰেষ্ট গেট দূৰ্ঘটনাগ্ৰস্ত এখন চিলিন্দাৰ ভৰ্তি ট্ৰাক।

  • AS25BC6636 নম্বৰ ট্ৰাক খনে নুমলিগৰ পৰা গুৱাহাটী অভিমুখে আনিছিল চিলিন্দাৰ খিনি।

  • ট্ৰাক খনৰ কিছু কাৰিকৰী বিজুতি হোৱাৰ ফলত বাচনাঘাটৰ ফৰেষ্ট গেটত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

  • দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ট্ৰাক খনত ৩০৯ টাকৈ গেছ ভৰ্তি চিলিন্দাৰ থকাৰ ফলত শংকিত হৈছে স্থানীয় ৰাইজ।