চৰম নিৰাপত্তাহীনতাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত... 
মৰিগাঁও

চৰম নিৰাপত্তাহীনতাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত...

Asomiya Pratidin
  • জাগীৰোডত চাঞ্চল্যকৰ চুৰিকাণ্ড।

  • অৱসৰ প্ৰাপ্ত অতিৰিক্ত উপায়ুক্তৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড।

  • চৰম নিৰাপত্তাহীনতাত অৱসৰপ্রাপ্ত অতিৰিক্ত উপায়ুক্ত দূৰ্গেশ ৰঞ্জন দে।

  • গৃহস্থ নথকাৰ সুযোগত চোৰে চলালে লুটপাত।

  • গ্রিল আৰু দৰ্জা ভাঙি লুটিলে নগদ ধন আৰু সোণৰ আ-অলংকাৰ।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।