জাগীৰোডৰ সোণাইকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু... 
মৰিগাঁও

জাগীৰোডৰ সোণাইকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ কৰুণ মৃত্যুক সাৱটি ল'লে বন্যহস্তীয়ে।

  • জাগীৰোডৰ সোণাইকুছিৰ বনাঞ্চলত মৃত্যু হৈছে বন্যহস্তীটোৰ।

  • পাহাৰৰ পৰা পিছলি বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ।

  • হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে স্থাপন কৰিছিল ছ’লাৰ ফেঞ্চিং।

  • হাতীটো পিছলি ছ’লাৰ ফেঞ্চিঙত লাগি মৃত্যু হোৱাৰ সন্দেহ।