অসম

নগাঁৱৰ এজন শিক্ষকৰ ঘৰত চুৰি কাণ্ড

Asomiya Pratidin
  • নগাঁও জিলাৰ ধিং আঠগাঁৱত দেওবাৰে নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড ঘটনা ৷

  • এজন শিক্ষকৰ ঘৰত এই চুৰি কাণ্ড।

  • শিক্ষকৰ জনৰ নাম নলিনী বৰা।

  • খিৰিকি ভাঙি সোণৰ গহনাকে ধৰি ঘৰৰ সকলো আচবাব চুৰি কৰি লৈ যায়।

  • শিক্ষক জনৰ ঘৰত ৬ মাহত তিনি বাৰকৈ চুৰি কাৰ্য সংঘটিত হৈছে।

  • ঘৰত কোনো নথকাৰ সুযোগ লৈ এই চুৰি কাণ্ড হয়।

  • গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাৰ বাবে গৈছিল পৰিয়ালটি। ঘৰত আহি দেখা পায় হতবাক পৰিয়ালটো।

  • ঘটনাস্থলীত উপস্থিত হৈ ধিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।