নগাঁও

বঢ়মপুৰত ৰাইজৰ ৰোষত ৫ চোৰ

Asomiya Pratidin
  • বঢ়মপুৰ ১ নং ঘোগৰ গাঁৱত চোৰ কৰি ধৰা পৰিল ৫ যুৱক

  • গাঁওখনৰ নৱনিৰ্মিত স্বাস্থ্য কেন্দ্ৰৰ সামগ্ৰী চুৰি কৰিছিল যুৱক কেইজনে

  • চিকিৎসালয়খনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল অভিযুক্ত ৫ যুৱক

  • ৰাইজৰ উত্তম-মাধ্যমত হাত যোৰ কৰি ক্ষমা ভিক্ষা খোজে অভিযুক্তই

  • ঘটনাস্থলীত ইটাচালি টাউন আৰক্ষী উপস্থিত

  • চোৰকেইটাক কৰায়ত্ব আৰক্ষীৰ