নগাঁও

নগাঁৱৰ ডিমৰুগুৰিত অঘটন : ৰে'লৰ পৰা পৰি এজনৰ মৃত্যু...

Asomiya Pratidin
  • নগাঁৱৰ ডিমৰুগুৰিত অঘটন ।

  • ৰে'লৰ পৰা পৰি এজনৰ মৃত্যু।

  • শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰে'লৰ পৰা পৰাৰ সন্দেহ।

  • ৰে'লপথৰ কাষত উদ্ধাৰ পঞ্চাশোৰ্দ্ধৰ লোকজনৰ মৃতদেহ।

  • নিহত লোকজনৰ উদ্ধাৰ হোৱা নাই প্ৰকৃত পৰিচয় ।

  • ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষী।

  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।