dangor kotha  
নগাঁও

বটদ্ৰৱাত জব্দ নকল টকা প্ৰস্তুত কৰা মেচিন; আটক মহিলা সহ ছয় জনকৈ ব্যক্তি...

Asomiya Pratidin
  • বটদ্ৰৱাৰ ৰামপুৰসত্ৰত জব্দ নকল টকা প্ৰস্তুত কৰা মেচিন।

  • জব্দ ৯১৬ গ্ৰাম ওজনৰ সোণৰ নাঁও আৰু বুজন পৰিমাণৰ নকল টকা।

  • আটক মহিলা সহ ছয় জনকৈ ব্যক্তি।

  • আটকাধীন দুজন ব্যক্তি উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।

  • বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত চলিছিল এই অভিযান।