উদালিত নিশা চোৰে লৈ গ'ল পালছাৰ-২০০ 
নগাঁও

উদালিত নিশা চোৰে লৈ গ'ল পালছাৰ-২০০

Asomiya Pratidin

ডিজিটেল সংবাদ লংকাঃ লংকাৰ উদালিত বাইক চুৰিৰ ঘটনা। নিশা লংকাৰ উদালি গাঁৱৰ পৰা চোৰে লৈ যায় এখন বাজাজ পালচাৰ-২০০ বাইক। বাইকখনৰ পঞ্জীয়ন নম্বৰ এ এছ ৩১ বি ৭৭৭৯৩।

এই ঘটনা সন্দৰ্ভত বাইকখনৰ গৰাকী ৰিজাবুল হুছেইনে উদালি পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, অঞ্চলটোত সঘনাই চোৰাং কাৰ্য সংঘটিত হৈ আহিছে। সঘনে বাইক, গৰু, ছাগলী আদি চোৰ হৈ আহিছে।