নগাঁও

ড্রাগছ বিৰোধী অভিযানৰ সময়ত আৰক্ষী আৰু ড্রাগছ মাফিয়াৰ মাজত সংঘাত

Asomiya Pratidin
  • লংকাৰ নখুটীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

  • অভিযানৰ সময়ত আৰক্ষী আৰু ড্রাগছ মাফিয়াৰ মাজত সংঘাত

  • আৰক্ষীলৈ লাঠী, জোং লৈ চোঁচা ড্রাগছ মাফিয়াৰ

  • আক্রমণ কৰিব লওঁতেই শূন্যলৈ গুলী আৰক্ষীৰ

  • ঘটনা সন্দৰ্ভত ৮জনকৈ লোকক আটক হোজাই আৰক্ষীৰ।