নগাঁও

নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

Asomiya Pratidin
  • নগাঁৱত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

  • ড্ৰাগছ কিনিবলৈ ধন নিদিয়াৰ বাবে জ্বলাই দিলে নিজৰ বাসগৃহ

  • জমিৰ আলী নামৰ এজন নিচাসক্ত যুৱকে নিশা ড্ৰাগছ সেৱন কৰি ঘৰত অগ্নি সংযোগ কৰে

  • ফলত ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়

  • নগাঁও মৰঙীয়াল পথাৰত সংঘটিত হৈছে এই ঘটনা

  • পিছত স্থানীয় ৰাইজে জমিৰ আলীক কৰায়ত্ত কৰি চমজাই দিয়ে আৰক্ষীক।