কচুৱা আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানঃ এজনক গ্ৰেপ্তাৰ... 
নগাঁও

কচুৱা আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানঃ এজনক গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • ড্ৰাগছৰ বিৰুদ্ধে কচুৱা আৰক্ষীৰ অভিযান।

  • গাওঁৰক্ষী বাহিনীৰ সহযোগত কচুৱা আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে চলালে সফল অভিযান।

  • কচুৱাৰ ৰাঙলু বস্তিৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।

  • ধৃত ড্ৰাগছ সৰবৰাহকাৰী কচুৱা ৰাঙলুবস্তিৰ আজিজুল ইছলাম।

  • ধৃত আজিজুলৰ পৰা এটা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচৰ লগতে ২২ টা ড্ৰাগছ ভৰ্তি কনণ্টেইনাৰ জব্দ কৰে কচুৱা আৰক্ষীয়ে।

  • জানিব পৰা মতে অধিক তথ্যৰ বাবে ধৃত আজিজুলক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।