নগাঁও

বটদ্ৰৱাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

Asomiya Pratidin
  • বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

  • বটদ্ৰৱাৰ কদমনি ৰ পৰা আটক দুই সৰবৰাহকাৰী

  • সৰবৰাহকাৰী দুজন ক্ৰমে কদমনি গাঁৱৰ আতাবুৰ ৰহমান আৰু ইনামুল হক

  • জব্দ ১৩.৬৩ গ্ৰাম ড্ৰাগছৰ লগতে ১১টা মোবাইল ফোন আৰু ৮৬৪ টা খালী কন্টেইনাৰ

  • বটদ্ৰৱা আৰক্ষীৰ জেৰা অব্যাহত