agrani khabar  
নগাঁও

নগাঁৱত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

Asomiya Pratidin
  • নগাঁৱৰ কচুৱাত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।

  • ড্রাগছসহ কৰায়ত্ত এটা সৰবৰাহকাৰী।

  • ধৃত সৰবৰাহকাৰীটো পণ্ডিতঘাটৰ ছফিকুৰ ৰহমান।

  • ছফিকুৰৰ পৰা ড্রাগছভৰ্তি দুটা চাবোনৰ বাকচ জব্দ।