আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী কৰ্মচাৰী... 
নগাঁও

আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী কৰ্মচাৰী...

Asomiya Pratidin
  • নগাঁৱত চাঞ্চল্যৰ ঘটনা।

  • চৰকাৰী কৰ্মচাৰীক আলফাৰ সন্দেহত গ্ৰেপ্তাৰ।

  • নগাঁও পৌৰসভাৰ এগৰাকী নিম্ন বৰ্গৰ সহায়কক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

  • গ্ৰেপ্তাৰ হোৱা নিম্ন বৰ্গৰ সহায়কজনৰ নাম ধৰ্ম দত্ত।

  • ধৰ্ম দত্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত দিছিল পোষ্ট ।

  • আলফাৰ সমৰ্থনত পোষ্ট দিয়াৰ পিছত হৈছিল অসম আৰক্ষীৰ দৃষ্টগোচৰ।

  • ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ধৰ্ম দত্তক।

  • গ্ৰেপ্তাৰ হোৱা ধৰ্ম দত্তৰ ঘৰ নগাঁও জিলাৰ উৰিয়াগাঁৱত।