নগাঁও

হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি কলঙেৰে প্ৰবাহিত পানী

Asomiya Pratidin
  • ক্রমাৎ ভয়াৱহ হৈ পৰিছে নগাঁও-কলিয়াবৰ বান পৰিস্থিতি

  • হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি কলঙেৰে প্ৰবাহিত পানী

  • ক্রমাৎ মূল বান্ধ অভিমুখে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ পানী

  • ফলত সমগ্ৰ মহকুমাটোত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি

  • ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ধাৱমান জখলাবন্ধাবাসী

  • তৎপৰ প্ৰশাসন তথা SDRF-NDRF বাহিনী