নগাঁও

নগাঁৱত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ

Asomiya Pratidin
  • নগাঁৱত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ।

  • বৃহস্পতিবাৰে আবকাৰী বিভাগে চলোৱা অভিযানত জব্দ কৰা হয় সুৰাখিনি।

  • এখন ট্ৰাকত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল সুৰাখিনি।

  • আৰক্ষীয়ে অভিযান চলাই ডিমৌত জব্দ কৰে সুৰাখিনি।