নগাঁও

কামপুৰ বজাৰৰ ১ নং গেটত অঘটন

Asomiya Pratidin
  • কামপুৰ বজাৰৰ এক নং গেটত অঘটন

  • ৰে'লে মহতিয়াই নিলে এজন যুৱকক

  • যুৱকজন কামপুৰৰ ঘিলানী মটক গাঁৱৰ বিতু হাজৰীকা (২৬) বুলি জানিব পৰা গৈছে

  • কামপুৰৰ সপ্তাহিক বজাৰত বজাৰ কৰিব আহিছিল যুৱকজন

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত

  • ঘটনাটোক লৈ দুখীয়া পৰিয়ালটোৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।