এই মুহূৰ্তৰ খবৰ 
নগাঁও

ভোটগণনাঃ কলিয়াবৰ বিধানসভা সমষ্টিৰ এই মুহূৰ্তৰ ফলাফল

Asomiya Pratidin

৫৭নং কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোটগননা প্ৰক্ৰিয়াৰ তৃতীয় ৰাউণ্ডৰ অন্তত-

  • বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা- ২১৭৩০

  • ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কী- ৭০১৫

  • ১৪৭২১ টা ভোটত অগ্ৰগতি কামাখ্যা প্ৰসাদ তাছাৰ