নগাঁও

নগাঁৱৰ কামপুৰত দুৰ্ভাগ্যজনক ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্ক: নগাঁৱৰ কামপুৰত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে-

•খহি পৰিল কামপুৰৰ নৱ নিৰ্মিত কপিলী দলং

•দলঙৰ পৰা পৰি আহত ৩ জন শ্রমিক

•সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্রেৰণ

•নিম্নমানৰ সামগ্রীৰে দলং নিৰ্মাণৰ সন্দেহ প্রকাশ ৰাইজৰ

•দলং নিৰ্মাণৰ ঠিকাদাৰৰ সকলো কৰ্মচাৰীৰ পলায়ন