নগাঁও

কাৰ্বি লাংপি প্ৰকল্পই এৰিছে পানী...

Asomiya Pratidin
  • ৪ খনকৈ গেটেৰে পানী এৰিছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই

  • যাৰ ফলত হুৰহুৰাই বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ

  • পানীৰ সোঁতে উটুৱাই নিলে শিঙিমাৰী বজাৰ পাৰ ঘাটৰ বাঁহৰ দলং

  • কচুৱাৰ লংজাপ জুৰিৰপাৰ,শিঙিমাৰী আদি অঞ্চলত ঘৰে-দুৱাৰে সোমাইছে পানী

  • জুৰিৰপাৰ মাধৱপাৰা গড়কাপ্তানি পথৰ ওপৰদি বাগৰিছে পানী

  • শংকিত নৈ পৰীয়া ৰাইজ