নগাঁও

কাকীত নিচাযুক্ত দ্ৰব্যসহ আটক এজন

Asomiya Pratidin
  • কাকীত গাঞ্জাসহ আটক এজন ৷

  • কাকী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ৪৪.৪ কেজি গাঞ্জা জব্দ কৰে।

  • কাকীৰ বৰ্মন চুক গংগাআটীৰ পৰা জব্দ কৰে নিচাযুক্ত দ্ৰব্যখিনি।

  • লগতে আটক কৰে গোলাপ দাস নামৰ এজনক ৷

  • আটকাধীন গোলাপ দাসৰ ঘৰ ৩নং কাকীৰ পাঠৰিত।

  • বৰ্তমান কাকী আৰক্ষী থানাত ৰাখি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।