নগাঁও

নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে আনিছে আশাৰ বতৰা...

Asomiya Pratidin
  • নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে কঢ়িয়াই আনিছে আশাৰ বতৰা।

  • বিজ্ঞান শাখাত উজলিল ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়।

  • বিদ্যালয়খনৰ ছাত্ৰী ৰাজনন্দিনী বৈদ্যৰ সন্তোষজনক ফলাফল।

  • বিজ্ঞান শাখাত নগাঁও জিলাৰ ভিতৰতে শ্ৰেষ্ঠ ছাত্ৰীগৰাকী।

  • ৯৬.২ শতাংশ নম্বৰৰ লাভ মেধাৱী ছাত্ৰী ৰাজনন্দিনীৰ।

  • উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰিছিল ছাত্ৰীগৰাকীয়ে।

  • ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ কন্যা ৰাজনন্দিনী।

  • বিজ্ঞান শাখাৰ আটাইয়ে প্ৰথম বিভাগত উত্তীৰ্ণ।