নগাঁও

নগাঁৱৰ বৰভেটিত উদ্ধাৰ এটি শৰপহু...

Asomiya Pratidin
  • নগাঁৱৰ বৰভেটিত উদ্ধাৰ হৈছে এটি শৰপহু।

  • হৰপহুটো স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।

  • পহুটো লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে স্তানীয় ৰাইজে।

  • বৰভেটি তিনিআলিৰ ছাৰজাহান আলি নামৰ এজন লোকৰ ঘৰৰ চৌহদত আশ্ৰয় লৈ আছিল পহুটোৱে।