নগাঁও

নগাঁৱত গ্ৰেনেড বিস্ফোৰণ

Asomiya Pratidin
  • নগাঁৱৰ কন্দলিত গ্ৰেনেড বিস্ফোৰণ।

  • কন্দলিৰ ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণ।

  • গুৰুতৰ ভাৱে আহত চাৰি কিশোৰ-কিশোৰী ৷

  • এই বিস্ফোৰণত আহত ৰঞ্জু মুডী,মংগল সিং চাওটাল,ৰাখী গগৈ আৰু বিকাশ বুলি জানিব পৰা গৈছে ৷

  • আহত সকলক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷

  • আহত চাৰিও কন্দলিৰ কুঁহিয়াৰতলি আৰু পামতলিৰ কিশোৰ কিশোৰী ৷