এই মুহূৰ্তৰ খবৰ 
নগাঁও

ৰূপহীহাটৰ বাটমাৰীৰ ডকাইতি কাণ্ডৰে জড়িত দুজনক আটক, জব্দ নগদ ধন

Asomiya Pratidin
  • ৰূপহীহাটৰ বাটমাৰীৰ ডকাইতি কাণ্ডৰে জড়িত দুজনক আটক আৰক্ষীৰ।

  • নগাঁও আৰক্ষীৰ অভিযানত আটক দুয়োকে।

  • ধৃত ডকাইতদ্বয়ৰ নাম জিয়াবুৰ ৰহমান আৰু আজিজুল হক।

  • দুয়োৰে পৰা নগদ ধনসহ ৩টা মোবাইল জব্দ।

  • দুই ডকাইতে ৰছিদুল হক নামৰ এজনৰ পৰা লুটিছিল ২.১০ লাখ টকা।

  • বৰ্তমানেও পলাতক ডকাইতৰ দলটোৰ আন দুজন সদস্য।