big news 
নগাঁও

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ

Asomiya Pratidin
  • নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ।

  • আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী।

  • আহত অপৰাধীটো ওমৰ ফাৰুক।

  • নিশা অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।

  • গুলীবিদ্ধ ওমৰ ফাৰুকক ভৰ্তি GMCHত।

  • বহুকেইটা অপৰাধজনিত ঘটনাত জড়িত আছিল ওমৰ।