নগাঁও

লংকাত নিচাজাতীয় সামগ্ৰীসহ আটক এজন

Asomiya Pratidin
  • লংকাত নিশা ড্ৰাগছসহ আটক এজন।

  • লংকা আৰক্ষীৰ অভিযানত ৰে'ল লাইনৰ সমীপত জব্দ কৰে ড্ৰাগছভৰ্তি ৪টা কণ্টেইনাৰ।

  • ড্ৰাগছসহ আটক কৰে বাপ্পন দাস ওৰফে হীৰা দাস নামৰ এজন ২৩ বছৰীয়া যুৱকক।

  • আটকাধীন যুৱকজনৰ ঘৰ লংকাৰ ৬ নং ৱাৰ্ডত।

  • যুৱকজনে হোজাইৰ চিকাৰী গেইটৰ নুৰ আলী নামৰ এজন লোকৰ পৰা নিজে সেৱন কৰিবলৈ ড্ৰাগছ লৈছিল বুলি স্বীকাৰ কৰে।

  • লংকা আৰক্ষীৰ জিন্মাত আছে যুৱকজন।

  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।