নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত... 
নগাঁও

নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...

Asomiya Pratidin
  • নগাঁৱৰ ননৈত বনৰজাৰ সন্ত্ৰাস।

  • বাঘৰ আক্ৰমণত এজন নিহত।

  • আনহাতে আহত হৈছে আন এজন লোক।

  • নিহত লোকজন তেলন শইকীয়া।

  • আহতজন লোকজনৰ নাম তথ্য ফুকন।

  • ননৈৰ ভেলাগাঁৱত এই ঘটনা।

  • পথাৰলৈ যাওঁতেই প্ৰকাণ্ড ঢেঁকীয়াপতীয়া আক্ৰমণ।

  • বাঘৰ বিচৰণক লৈ শংকিত অঞ্চলবাসী।