নগাঁও

বৰভেটিত আৰক্ষীৰ অভিযানঃ জব্দ হস্তনিৰ্মিত পিষ্টলসহ ৪ জাই সজীৱ গুলী

Asomiya Pratidin
  • বটদ্ৰৱাৰ বৰভেটিত আৰক্ষীৰ অভিযান

  • এটা হস্তনিৰ্মিত পিষ্টল আৰু ৪ জাই সজীৱ গুলী জব্দ

  • বৰভেটি গাঁৱৰ জিয়াউৰ ৰহমানৰ উদ্ধাৰ পিষ্টল

  • ডিমাপুৰৰ পৰা পিষ্টল ক্ৰয় কৰিছিল ধৃত জিয়াউৰ ৰহমানে

  • অধিক তথ্যৰ বাবে জিয়াউৰ ৰহমানক জেৰা অব্যাহত আৰক্ষীৰ