নগাঁও

হোজাইত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী

Asomiya Pratidin
  • হোজাইত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী ।

  • গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া চাহাবুদ্দিন ।

  • হোজাইৰ ৰামসিং গাঁৱত নিশা এই ঘটনা।

  • লামডিং থানাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়াটো ।

  • আহত চাহাবুদ্দিন সম্প্ৰতি চিকিৎসাধীন নগাঁও মেডিকেল কলেজ হাস্পতালত।