নগাঁও

নগাঁৱৰ চিলঙনিত আৰক্ষীৰ অভিযান : উদ্ধাৰ ১৫ লাখ টকাৰ চুৰি সামগ্ৰী

Asomiya Pratidin
  • নগাঁৱৰ চিলঙনিত আৰক্ষীৰ অভিযান।

  • নগাঁও আৰক্ষীৰ সহযোগত তেজপুৰ আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ ১৫ লাখ টকাৰ চুৰি সামগ্ৰী।

  • তেজপুৰৰ বিজয় ট্ৰেডিং কোম্পানীৰ পৰা চুৰি হৈছিল সামগ্ৰীখিনি।

  • আৰক্ষীয়ে অভিযানত আটক কৰিছে ৮জন চোৰক।

  • ৰহা মণিপুৰটোপৰ চান্দ মিঞা,আছাদুল্লাহ আৰু মায়ঙৰ ইব্ৰাহিমসহ নগাঁৱৰ ৫ টা আৰু তেজপুৰৰ ৩জন চোৰক আটক আৰক্ষীৰ।

  • চুৰিকাণ্ডত ব্যৱহৃত ট্ৰাকখনো জব্দ কৰে আৰক্ষীয়ে।

  • চিলঙনীৰ দুখন দোকানত বিক্ৰী কৰিছিল চুৰি কৰা সামগ্ৰীসমূহ।

  • নগাঁৱৰ পৰা ট্ৰাক লৈ গৈ তেজপুৰত সংঘটিত কৰিছিল চুৰিকাণ্ডটো।