নগাঁও

বটদ্ৰৱাত দূৰ্ঘটনাঃ দ' খাৱৈত সোমাল বাহন

Asomiya Pratidin
  • বটদ্ৰৱাৰ ৰাইডঙীয়াত বাহন দূৰ্ঘটনাগ্ৰস্ত।

  • বটদ্ৰৱাৰ পৰা নগাঁও অভিমুখে গৈ থকা ASO2 Y 6070 নম্বৰৰ বাহনখন ৰাইডঙীয়াত দ' খাৱৈত বাগৰি পৰে।

  • প্ৰত্যক্ষদৰ্শীৰ মতে চালকজন টোপনি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

  • দুৰ্ঘটনা সংঘটিত কৰি বাহনখন দুৰ্ঘটনাস্থলীতে এৰি থৈ পলাই যায় বাহনখনৰ চালকজন।

  • দুৰ্ঘটনাটো সংঘটিত হোৱা কিছুসময়ৰ পিছতেই ঘটনাস্থলীত জাজৰি থানাৰ আৰক্ষী উপস্থিত হয়।