ROAD ACCIDENT  
নগাঁও

পুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • পুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহা নামগাঁৱত সংঘটিত হয় পথ দুৰ্ঘটনা ।

  • ,দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন আৰু আহত হয় ৮জন ।

  • নগাঁও ধাৰামুখৰ পৰা মায়ঙৰ অভিমুখে অহা এখন এখন টেম্পোৱে নামগাঁৱত ৰৈ থকা নৈশ বাছত খুন্দিয়াৰ ফলত সংঘটিত হৈ এই ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাৰ পিছতেই আহত কেইজনক মৰিগাঁও অসামৰিক চিকিৎসলায়ত ভৰ্তি কৰোৱা হয়।

  • উন্নত চিকিৎসাৰ বাবে সংকতজনক অৱস্থাত গুৱাহাটীলৈ ৫ জন প্ৰেৰণ কৰে ।

  • দুৰ্ঘটানাটোত থিতাতে .নিহত মহিলা গৰাকীৰ নাম ৰাবিয়া খাটুন।