নগাঁও

নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • পুৱতি নিশা নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা

  • ৰখাই থোৱা ডাম্পাৰত প্রচণ্ড খুন্দা তীব্রবেগী বিলাসী বাহনৰ

  • থিতাতে নিহত বিলাসী বাহনখনৰ চালক

  • এতিয়ালৈকে মৃত চালকজনৰ পৰিচয় জানিব পৰা নাই

  • অত্যধিক কুঁৱলিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ।