নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন... road accident
নগাঁও

নিশা চামগুৰিত পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

Asomiya Pratidin
  • নিশা চামগুৰিত পথ দুৰ্ঘটনা।

  • চামগুৰিৰ কদমগুৰিত সংঘটিত হৈছে এই ঘটনা।

  • এখন ট্ৰেক্টৰ আৰু বাইকৰ সংঘৰ্ষৰ ফলতে সংঘটি হৈছে এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন।

  • নিহত যুৱকজনৰ নাম ইফতিকাৰ

  • নিহত ইফতিকাৰৰ ঘৰ কদমগুৰিত।

  • আনহাতে গুৰুতৰভাৱে আহত হৈছে আন এজন বাইক আৰোহী।